Seba Class 10 Question Paper: Assamese (MIL) 2016 AHSEC (HSLC) ~ Easy Axom

Partha Gogoi
0

 AHSEC CLASS 10 ASSAMESE QUESTION PAPER (2016)

Subject Code: 01

2016

ASSAMESE

 (MODERN INDIAN LANGUAGE)

Full Marks: 100

Pass Marks: 30

Time: Three hours

The figures in the margin indicate full marks

for the questions.

পৰীক্ষাৰ্থীয়ে একেখন বহীত Group A (ক-বিভাগ) আৰু Group B (খ-বিভাগ)

উত্তৰ কৰিব লাগিব।

অথবা

Group A (ক-বিভাগ) আৰু Group C (গ-বিভাগ)

উত্তৰ একেখন বহীত কৰিব লাগিব।

Group - A (ক - বিভাগ)

মূল্যাংক : ৭৫

১। অতি চমুকৈ উত্তৰ লিখা : (যিকোনা দুটা)                                          x২=

(ক) মুনিকন্যা শকুন্তলাৰ লগৰী দুগৰাকীৰ নাম কি কি?

(খ) মানুহৰ বিয়াৰ দিনটোক কি বুলি ভবা হয়?

(গ) Growth of the Asamiya Language' গ্রন্থৰ ৰচক কোন?

 

২। অতি চমুকৈ উত্তৰ লিখা :                                                            x২=

(ক)  (i) ফ্রম ভলগা টু গংগাকাৰ ৰচনা?

     (ii) ভুকেন্দ্রিক বিশ্বধাৰণাৰ প্রধান প্রবক্তা কোন?

নাইবা

(খ)  (i) বৌদ্ধ ধর্মৰ মূলমন্ত্র কি?

   (ii) ইৰাণৰ ৰাজধানীৰ নাম কি?

৩। চমু উত্তৰ লিখা : (যিকোনা দুটা)                                                  x২=

(ক) আশ্ৰমত শকুন্তলাই কি কি দেখিছিল?

(খ) ছাৰক খুৱাবলৈ পবিনৰ দেউতাকে মনে মনে কি ব্যৱস্থা কৰিছিল?

(গ) ছাত্ৰসকলে কার্যকৰী শিক্ষা কৰ পৰা কিদৰে লাভ কৰিব পাৰে ?

 

| চমু উত্তৰ লিখা :

(ক) লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বুৰঞ্জী বুলি কৈছে?

নাইবা

(খ) অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

 

৫। চমু উত্তৰ লিখা : (যিকোনো তিনিটা)।                                             x৩=৬

(ক) নিউটনীয় বিজ্ঞান চর্চাৰ প্ৰভাৱ দর্শন, সাহিত্য, ৰাষ্ট্রনীতি, অর্থনীতি আৰু বিজ্ঞানৰ অন্যান্য শাখাত কেনেদৰে পৰিছে লিখা।

(খ) নিউটনৰ প্ৰিন্চিপিয়াগ্রন্থৰ বিষয়ে চমুকৈ লিখা।

(গ) ইৰাণীসকলৰ নৱবর্ষ উৎসৱৰ চমু বিবৰণ দিয়া।

(ঘ) শ্বিৰীণ ইবাডিৰ এটি চমু পৰিচয় দিয়া।।

 

৬। তলৰ যিকোনো এটি প্রশ্নৰ উত্তৰ লিখা :

(ক) কালিদাসৰ প্রতিভাই আমাক আৰু এটি গভীৰ সত্য উপলব্ধি কৰিবলৈ সুযোগ দিলে। কালিদাসৰ

প্রতিভাই আমাক কি গভীৰ সত্য উপলব্ধি কৰিবলৈ সুযোগ দিলে বর্ণনা কৰা।

(খ) গাঁও একাধাৰে নগৰৰ জনক-জননী’ – লিখকে গাঁৱক কিয় নগৰৰ জনক-জননী বুলি কৈছে,

বুজাই লিখা।

 

৭। লৰ যিকোনো এটি প্রশ্নৰ উত্তৰ লিখা :

(ক) ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু’ - কথাষাৰৰ তাৎপর্য বুজাই লিখা।

(খ) বৃটিছ আহিল চাহ উদ্যোগ প্রতিষ্ঠা হ'’ – লিখকে চাহ উদ্যোগ প্রতিষ্ঠা হোৱাৰ লগত

আমাৰ দেশৰ কি পৰিবর্তন লক্ষ্য কৰিছে বুজাই লিখা।

 

৮। অতি চমুকৈ উত্তৰ লিখা : (যিকোনো এটা)

(ক) তমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে বান্ধববুলি কাক সম্বধন কৰিছে?

(খ) মমিনৰ অর্থ কি?

 

৯। অতি চমুকৈ লিখা : (যিকোনো দুটা)                               x২=২

(ক) দেৱকান্ত বৰুৱাই কোনগৰাকী ইংৰাজ কবিৰদৰে নাটকীয় ভংগীত কবিতা লিখিছিল?

(খ) দৃশ্যান্তৰ কবিতাত কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পোৱা বুলি উল্লেখ কৰিছিল?

(গ) পলাশী যুদ্ধ কিমান চনত হৈছিল?

 

১০। তলৰ যিকোনো এটাৰ বিষয়ে চমু টোকা লিখা :

(ক) আজান ফকিৰ

(খ) ব্ৰজাৱলী ভাষা

 

১১। চমুকৈ উত্তৰ লিখা :                                         x২=৬

(ক)  (i) বৰগীতৰ তিনিটা লক্ষণ উল্লেখ কৰা।

নাইবা

     (ii) বহাগীৰ বিয়া উপলক্ষে প্রকৃতি কি কি পৰিৱৰ্তন হৈছে লিখা।

(খ)  (i) “বাৰে বাৰে সাজিছে কাৰেং বিশ্ব সভ্যতাৰ

-   কবিতাংশৰ জৰিয়তে কবিয়ে বিশ্বসভ্যতাৰ কাৰেং সজা বুলি কিহক বুজাইছে লিখা।

নাইবা

     (ii) সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স'তে কি কি কথা পাতিছিল তমাৰ

নিজৰ কথাৰে লিখা।

 

১২। প্রসংগ সংগতি দর্শাই তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা :

(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত

খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।

(খ) স্বৰগ মৰত    সকলো ঠাইতে

     উঠিছে আনন্দৰ বো,

সাজোন কাচোন           ৰং ৰূপহত

     গোটেই জগত ভোল।

 

১৩। তলৰ যিকোনো এটা কবিতাৰ সাৰাংশ লিখা :

(ক) মোৰ দেশ মানুহ দেশ।

(খ) দৃশ্যান্তৰ

 

১৪। তলৰ যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা :                                 x৫=১০

(ক) তলত দিয়া যিকোনো দুটাৰ ব্যাস-বাক্য সহ সমাসৰ নাম লিখ।

ত্রিফলা, শূলপাণি, মহাপু, সত্যাগ্রহ।

(খ) তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা।

বিদ্যালয়, চন্দ্রোদয়, যদ্যপি, নমস্কাৰ

(গ) তলৰ মিশ্ৰবাক্যটো সৰল বাক্যলৈ পৰিবৰ্তন কৰা।

যি সকলে ব্যাকৰণ মনপুতি পঢ়ে, তেঁওলোকে ভাষাটো ভালকৈ জানে।

(ঘ) তলৰ যিকোনো দুটা শব্দৰ এটাকৈ সমার্থক শব্দ লিখা।

আচমান, বিটপী, হাত, বতাহ

(ঙ) তলৰ যিকোনো দুটাৰ অর্থ প্রকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা।

ৰমৰজমক, উলহ-মালহ, ডলাৰ বগৰী, তলা-নলা

(চ) তলৰ যিকোনো দুটা শব্দত কি প্রত্যয় লগ লাগিছে ভাঙি দেখুওবা।।

শয়ন, খীৰতী, বাপতীয়া, দয়ালু

(ছ) যথাস্থানত যতি চিহ্ন বহুওৱা।।

দেউতাই বজাৰৰ পৰা প্ৰায়ে আম আপেল আনাৰস তিয়ঁহ কিনি আনে।

(জ) এটা শব্দত প্ৰকাশ কৰা : (যিকোনো দুটা)

(i) যি কণীৰ পৰা জন্মে

(ii) যি আগেয়ে হৱা নাই

(ii) একে গুৰুৰ শিষ্য

(iv) যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকবে

(ঝ) তলৰ যিকোনো দুটা শব্দৰ বা ৱাৰ কাৰণ লিখ

প্রতিষ্ঠা, বর্ষ, তৃণ

 

১৫। ভাৱ সম্প্রসাৰণ কৰা :

(ক) পঢ়াই, পঢ়ে, ৰোৱে পান।

এই তিনিয়ে নিচিন্তে আন।।

নাইবা

(খ) তুমি পঢ়ি অহা প্রাথমিক বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসবৰ মুকলি সভা। এই সভাত উপস্থিত থাকিবলৈ ৪র্থ পিৰিয়ডৰ পিছত ছুটী বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ/প্রধান শিক্ষকলৈ এখনি আবেদন লিখা। (আবেদনত তমাৰ নাম, ঠিকনা নিলিখিবা)

নাইবা

(গ) তোমাৰ অঞ্চলৰ খোৱা পানীৰ অভাৱৰ কথা জনাই এখন স্থানীয় বাতৰি কাকতৰ বাবে

প্রতিবেদন প্রস্তুত কৰা।

 

১৬। তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা :

(ক) তোমাৰ প্ৰিয় গ্ৰন্থখন

(আৰম্ভণি গ্রন্থখনৰ পৰিচয় প্রিয় হোৱাৰ কাৰণ সামৰণি)

(খ) অসমৰ প্ৰাকৃতিক সম্পদ

(আৰম্ভণি প্রাকৃতিক সম্পদৰ বিভিন্ন প্রকাৰ সম্পদবোৰ ব্যৱহাৰ সামৰণি)

(গ) শিক্ষা আৰু মূল্যবো

(আৰম্ভণি প্রাচীন শিক্ষা আৰু মূল্যবোধ - বর্তমান শিক্ষা আৰু মূল্যবোধ - সামৰণি)

 

১৭। তলৰ যিকোনো দুটা প্রশ্নৰ উত্তৰ লিখা :                             x২=৪

(ক) মা সৌৰভ মানে কি? মাকে সৌৰভ সম্পর্কে প্ৰেৰণাক কেনেদৰে বুজাইছিল?

(খ) প্ৰেৰণাৰ গানৰ ছাৰে প্রেৰণাক কি দৰে আশীৰ্বাদ কৰিছিল?

(গ) চতুর্থ পিৰিয়ড চলি থাকোতে স্কুলৰ বৰবাইদেৱে প্ৰেৰণাক কমনৰূমলৈ মাতি নি কি কৈছিল?

১৮। চমু টোকা লিখা : (যিকোনো দুটা)

(ক) জীনা বৰুৱা

(খ) সৌৰভ

(গ) জিলমিল

Group-B (খ - বিভাগ)

মূল্যাংক : ২৫

 

১৯। অতি চমুকৈ উত্ত লিখা : (যিকোনো দুটা)

(ক) স্বৰ্গদেৱ প্ৰতাপসিংহপাঠটো কোনখন বুৰঞ্জীৰ পৰা লোৱা হৈছে?

(খ) ভট্টদেৱৰ সম্পূর্ণ নামটো কি?

(গ) কাৰ সৈতে লগা ৰণত সোন্দৰ গোহাঁইৰ মৃত্যু হৈছিল?

 

২০। চমু উত্তৰ লিখা : (যিকোনো তিনিটা)                             x৩=৬

(ক) বুৰঞ্জী অধ্যয়নে ছাত্র-ছাত্রীৰ অন্তৰত কি কি ভাব জগাই তুলিব পাৰে?

(খ) মোমই তামুলীৰ প্ৰজা সংগঠনৰ কথাখিনি তোমাৰ নিজৰ ভাষাত চমুকৈ লিখা।

(গ) এই ছয় দোষত আততায়ী’ – কৌৰৱসকল কি কি ছয় দোষত আততায়ী হৈছিল ?

(ঘ) অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?

 

২১ অতি চমু উত্তৰ লিখা : (যিকোনো দুটা)

(ক) অংর্কীয়া নাটকত মুক্তিমঙ্গল ভটিমা কোনে পাঠ কৰে?

(খ) কপিল মুনিৰ মাতৃ কোন আছিল?

(গ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?

 

২২। চমু উত্তৰ লিখ : (যিকোনো দুটা)

(ক) হি জগত গুৰু     তেৰি সততে কৰু

             কুতি মঙ্গল বিধান।

- ইয়াত উল্লিখিত জগত গুৰুজনাৰ গুণানুকীর্তন ভটিমাটিত কেনেদৰে ৰা হৈছে লিখা।

(খ) আন কাল যদি       দোষ দেখা মো

           পাৰিবাহা মোক গালি।

কোনে, কাক উদ্দেশ্য কৰি এইদৰে কৈছে বুজাই লিখা।

(গ) মাকৰ কি গুণৰ কথা কবলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তমাৰ নিজৰ

কথাৰে লিখা।

 

২৩। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা : (যিকোনাে দুটা)

পাতক, যাকেৰি, বিগুটীয়

 

২৪। তলৰ বাক্যটি শুদ্ধকৈ লিখা :

মই তোমাক ৰখি থাকি

 

২৫। উপসৰ্গ আৰু অনুসৰ্গৰ একোটাকৈ উদাহৰণ দিয়া।

 

২৬। সমার্থক শব্দ লিখ :

জুই, নিপুণ

 

তলৰ যিকোনো দুটাৰ টোকা লিখা :

 (ক) পযয়া

 () পৰ্ব

 ()ঝুমুৰা

 ()যতি

 ()ছবি

Group-c (গ-বিভাগ)

মূল্যাংক : ২৫

Sorry We Don’t have group c Question

ক্ষমা কৰিব আমাৰ উচৰত গ-বিভাগৰ প্ৰশ্ন নাই

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !